বেটুপাত
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৪,৪৬৫ টা লেখা আৰু ৮৬১ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
নিৰ্বাচিত লেখা
কামত কৃতিত্ব লভিবৰ সঙ্কেত হৈছে অসমীয়া সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত এখন ক্ষুদ্ৰাকৃতিৰ উপদেশমূলক পুথি; যাক বেজবৰুৱাই এক 'পকেট বুক' বুলি উল্লেখ কৰিছিল। ১৯০৩ চনত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনক সফল জীৱন আৰু চৰিত্ৰ গঠনৰ এক হাতপুথি বুলি গণ্য কৰা হয়। ইয়াত জীৱনৰ বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ ব্যৱসায়-বাণিজ্য আৰু চাকৰিৰ দৰে কৰ্মক্ষেত্ৰত কেনেকৈ উন্নতি আৰু সফলতা লাভ কৰিব পাৰি, তাৰ ৫০ টা অমূল্য সংকেত বা উপদেশ ডাঙি ধৰা হৈছে।

ইংৰাজ-ৰাজ-লক্ষ্মীৰ বিজয়-মুকুটত ভাৰত-কহিনুৰ আৰোঁতা ক্লাইবে স্কুলত পঢ়োঁতে তেওঁৰ লগৰীয়া ছাতৰৰ মাজত মহামূৰ্খ নাম পাইছিল। জেনেৰেল গ্ৰাণ্টৰ বুদ্ধিৰ চোক লাহে লাহে শেহবয়সতহে ওলাইছিল। স্কটলেণ্ডৰ বিখ্যাত কবি আৰু গান ৰচোঁতা বৰ্ণচ্ ইস্কুলত ভোটাবুধীয়া বুলি বিদিত আছিল। তেওঁৰ অধ্যাপকে গীৰ্জ্জাঘৰত গোৱা ধৰ্ম্মসঙ্গীত, তেওঁক শিকাব নোৱাৰি হুৰিছিল। চেৰিডনৰ অধ্যাপক ডাক্তৰ পেৰিয়ে চেৰিডনক ইস্কুলত অকামিলা ল'ৰাৰ শাৰীত পেলাই থৈছিল। গল্ডস্মিথৰ লগৰীয়া ছাতৰবিলাকে তেওঁৰ নাম “মূৰ্খ অলগৰ্দ্ধ থৈছিল। পৰৰ বিষয়েও লৰালৰিকৈ মত নগঢ়িবা।
এই মাহৰ সহযোগিতামূলক কাম
- সাহিত্য-বিচাৰ (সত্যনাথ বৰা) - সংশোধন বাকী আছে
- কুলাংগাৰ - (পংকজ জ্যোতি মহন্ত) - সংশোধন বাকী আছে
- ৰহদৈ লিগিৰী - (ৰজনীকান্ত বৰদলৈ) - সংশোধন বাকী আছে
- দিল্লী দায়েৰী - (মহাত্মা গান্ধী) - সংশোধন বাকী আছে
- সদৰামীনৰ আত্মজীৱনী)- সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,৮৭৩টা
- সমস্যাজৰ্জৰ = ২৬০টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ২১,৯৫১টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ২৫৭টা
- বৈধকৰণ হৈছে = ১,২১৩টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ২৫,৫৫৪টা
নতুন লেখাসমূহ
বিপ্লবী বাহিনী; লেখক:প্ৰেমনাৰায়ণ দত্ত (১৯৫৩, ১ম সংস্কৰণ)
নলদময়ন্তী নাটক; লেখক:মহেন্দ্ৰনাথ ভট্টাচাৰ্য্য (১৯৩১, ১ম সংস্কৰণ)
কামত কৃতিত্ব লভিবৰ সঙ্কেত; লেখক:লক্ষ্মীনাথ বেজবৰুৱা (১৯৬৪, নতুন সংস্কৰণ)
মীৰজুমলাৰ অসম আক্ৰমণ; লেখক:সূৰ্য্যকুমাৰ ভূঞা (১৯৫৬, ১ম সংস্কৰণ)
গ্ৰাম-সেৱা; লেখক:মোহনদাস কৰমচাঁদ গান্ধী (১৯৫৫, ১ম সংস্কৰণ)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |